মৰমৰ কাৰেং ঘৰত তোমাৰ আগমনী ;
তোমাৰ ভৰিত খোজত খৰি পৰে মুকুতা মনি ।।
নীলিম আকাখৰ খৰা পাত হৈ তুমি ;
তোমাৰ আলুখুৱা মাতে মন যায় চুমী!!
[Verse]
জীৱনে মৰণে তোমাকে যে পালোঁ ;
হিয়া উজাৰি মৰম দিবলৈ তোমাকে ভাবি চালোঁ!
মৰমৰ কাৰেং ঘৰত তোমাৰ আগমনী ;²
[Verse 2]
তুমি মই একেলগে হোৱা জীৱনৰে বাত
তোমাৰ এই খুৱলা ৰখাল মাত!!২
মই যে হলোঁ তোমাৰ
গোটেই জীৱন জুৰি
মোকেনো তুমি কিদৰে মূহীলি।
মৰমৰ কাৰেং ঘৰত তোমাৰ আগমনী ;
[Verse3]
চতৰ খৰাপাতে নতুন বছৰৰ জাননী
তোমাৰ পাবলে হয় ৰাতি উজাগৰী
মৰমৰ কাৰেং ঘৰত তোমাৰ আগমনী ;
তোমাৰ ভৰিত খোজত খৰি পৰে মুকুতা মনি ।।